সামাজিক মাধ্যমত নিজৰ একাউণ্টৰ পোষ্টেই উদঙালে মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ
‘কাঞ্চনজংঘাৰ দৰেই আছিল জুবিন গাৰ্গ’- জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমলৈ আহিল ৰাহুল গান্ধী। ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়তো অসমলৈ আহিছিল ৰাহুল গান্ধী। কিন্তু বিজেপিলৈ অহাৰ পাছত কথা পাহৰিলে প্ৰাক্তন কংগ্ৰেছী হিমন্ত বিশ্ব শৰ্মাই।সামাজিক মাধ্যমত নিজৰ একাউণ্টৰ পোষ্টেই উদঙালে মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ। সামাজিক মাধ্যমত সত্য উন্মোচন হোৱাৰ পাছত ভাষ্য সলনি মুখ্যমন্ত্ৰীৰ।
